Skip to main content

টোপনিৰ বিষয়ে নজনা কথা

টোপনি

টোপনি মানুহৰ জীৱনৰ এক গুৰুত্ব পূৰ্ণ দৈনন্দিন কাৰ্য্য । আপোনাৰ দিনটো সুন্দৰ হবলৈ হলে ই সম্পূৰ্ণ হবই লাগিব । টোপনি নহাটো কিন্তু প্ৰতি জন ব্যক্তিৰ বাবে এক যন্ত্ৰণা দায়ক বিষয় । বিশেষজ্ঞ সকলৰ মতে এজন ব্যক্তিয়ে যদি একাধাৰে কিছুদিন টোপনি নামেৰে তেনে মানুহজনে পিছলৈ মাতাল ব্যক্তিৰ দৰে আচৰণ কৰিবলৈ লয় ।
আহকচোন আজি জানো বয়স অনুপাতে কোন জন ব্যক্তিয়ে কিমান সময় টোপনি মৰাটো
আৱশ্যক
Newborns (০-৩ মহীয়া ): ১৪-১৭ ঘন্টা প্ৰতি দিন
Infants (৪-১১ মহীয়া ): ১২-১৫ ঘন্টা প্ৰতি দিন
Toddlers (১-২ বছৰৰ ): ১১-১৪
ঘন্টা প্ৰতি দিন
Preschoolers (৩-৫ বছৰৰ ): ১০-১৩
ঘন্টা প্ৰতি দিন
School age children (৬-১৩ বছৰৰ ): ৯-১১
ঘন্টা প্ৰতি দিন
Teenagers (১৪-১৭ বছৰৰ ): ৮-১০ ঘন্টা প্ৰতি দিন
Younger adults (১৮-২৫ বছৰৰ ): ৭-৯ঘন্টা প্ৰতি দিন
Adults (২৬-৬৪ বছৰৰ ): ৭-৯ঘন্টা প্ৰতি দিন
     সঁচাকৈ মানুহৰ জীৱনত টোপনিৰ গুৰুত্ব অনেক বেছি কিন্তু আজিৰ যান্ত্ৰিক যুগত বহুজনাই এই কথা জানিও অগ্ৰাহ্য কৰি নিজৰ বিপদ নিজেই মাতি সততে শ'লঠেকত পৰা পৰিলক্ষিত হয় ।

Comments

Post a Comment

Popular posts from this blog

মদ আৰু জীৱন

এজনি ছোৱালীক ভালপোৱাৰ প্ৰস্তাৱ দিছিলো । কাৰন তাইক মোৰ ভাল লাগিছিল । প্ৰস্তাৱটো পাই তাই মোক এটা কথা শুধিছিল । হয়তো সকলো ছোৱালীয়েই সেই কথা শুধিলেহেতেন । কাৰন সেয়া ভূল নাছ...

মানুহৰ বিষয়ে এক ব্যংগাত্মক ৰচনা

গৰুৱে মানুহৰ বিষয়ে লিখা ৰচনা খন                             মানুহ আৰম্ভনী: মানুহ এবিধ অপকাৰী ঘৰচীয়া জন্তু ৷ ইহঁত দুঠেঙীয়া যদিও পুৰ্বপুৰুষ সকল চাৰিঠেঙীয়া আছিল বুলি নিজক...