জীৱনৰ মাদকতা মেলানিৰ গৰাহত,
যেতিয়া, প্ৰতিশ্ৰুতিবোৰ খহি পৰে।
আশাৰ জখলাৰে সজা সেই পঁজা,
আজি বিশ্বাসঘাটকতাৰ অধীনত।
চূৰ্ণ-বিচুৰ্ণ আবেগবোৰৰ
ক্ৰন্দন, আজি যে চৌপাশে,
প্ৰতাৰণাৰ কোলাহল।
- জুৰি দত্ত
ডিব্ৰুগড় বিশ্ববিদ্যালয়
জীৱনৰ মাদকতা মেলানিৰ গৰাহত,
যেতিয়া, প্ৰতিশ্ৰুতিবোৰ খহি পৰে।
আশাৰ জখলাৰে সজা সেই পঁজা,
আজি বিশ্বাসঘাটকতাৰ অধীনত।
চূৰ্ণ-বিচুৰ্ণ আবেগবোৰৰ
ক্ৰন্দন, আজি যে চৌপাশে,
প্ৰতাৰণাৰ কোলাহল।
- জুৰি দত্ত
ডিব্ৰুগড় বিশ্ববিদ্যালয়
Comments
Post a Comment