আপোনালোকক জনায় পাই সুখী হৈছো যে আমি Web Assam App টোত যথেষ্ট নতুন বৈশিষ্ট্য সংযোজন কৰিছো। প্ৰথম হৈছে আমাৰ Application ত এতিয়াৰ পৰা Recruitment News ৰ বাবে Alert ৰ ব্যৱস্থা কৰিছো। যাতে আপুনি কোনো এটা চাকৰিৰ খবৰ নোপোৱাকৈ নাথাকে। এই ব্যৱস্থা সংযোজন কৰাৰ বাবদ আমি যথেষ্ট সময় আৰু অর্থৰ খৰছ কৰিছো। কিন্তু তথাপিও আমি আপোনালোকৰ পৰা কোনো ধৰণৰ মাননী বিচৰা নাই, মাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিলেই আমাৰ বাবে যথেষ্ট। আমাৰ এপ্লিকেচনটো আপোনালোকে যিমান পাৰে সিমান বন্ধুৰ মাজত বিলাই দিয়ক। আৰু লগতে আমাৰ এই Visitor পোষ্ট ত প্রকাশৰ বাবে লেখা দিয়াৰ চিন্তা কৰক।
এতিয়াই Playstore ত গৈ আমাৰ Application Update কৰক আৰু Update টো কেনে পাইছে ৰেটিং দিয়ক। যদি কোনো ধৰণৰ উপদেশ দিব বিচাৰে আমি নথৈ সুখী হম।
ভৱিষ্যতে আপোনালোকক আৰু কিছু নতুন বৈশিষ্ট্য ব্যৱহাৰৰ সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলো।
ধন্যবাদ
Team Web Assam
অসম
Comments
Post a Comment